Home বিশ্বচোমালিয়াৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ১৮৯জনলৈ বৃদ্ধি, আহত ৪০০

চোমালিয়াৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ১৮৯জনলৈ বৃদ্ধি, আহত ৪০০

by News Desk
61 views
A+A-
Reset

ডিজিটেল ডেস্কঃ আফ্ৰিকান দেশ চোমালিয়াৰ ৰাজধানীত দেওবাৰে সংঘটিত বিস্ফোৰণত মৃতকৰ সংখ্যা ১৮৯জনলৈ বৃদ্ধি হয়৷ প্ৰায় ৪০০ লৈকে বৃদ্ধি হয় আহতৰ সংখ্যা৷ দেশৰ মন্ত্ৰণালয়ৰ সমীপতে বিস্ফোৰক ভৰ্তি ট্ৰাকেৰে বিস্ফোৰণ কাণ্ড সংঘটিত কৰে উগ্ৰপন্থীয়ে৷ দেশৰ খনৰ চৰকাৰে এই ঘটনাৰ সৈতে অল কায়দাৰ সৈতে জড়িত হৈ থকা অ’ল-চবাব সন্ত্ৰাসবাদী সংগঠন জড়িত বুলি স্পষ্ট কৰে৷

কিন্তু এতিয়ালৈ কোনো উগ্ৰপন্থী সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ চোমলিয়াত যোৱা কেবাবছৰ ধৰি সংঘটিত হৈ অহা বিস্ফোৰণ কথা আক্ৰমণৰ ঘটনাৰ ভিতৰত দেওবাৰে সংঘটিত ঘটনা আছিল শক্তিশালি আৰু ভয়াবহ৷ চিকিৎসালয়ত বহু আহতৰ অৱস্থাত সংকট জনক হোৱাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰে চৰকাৰে৷ বহু লোকক চিনাক্ত নোহোৱাকৈ কবৰ দিব লগা হ’ব পাৰে বুলি জানিব পৰা গৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0