73
ডিজিটেল ডেস্কঃ গতি পুৰুষৰ প্ৰিয়। পুৰুষে বিচাৰে বতাহৰ সৈতে তাল মিলাবলৈ। মনৰ বেগৰ ধৰণে যাত্ৰাপথতো দ্ৰুতগতি কামনা কৰে পুৰুষে। পিছে পথৰ দ্ৰুত গতি বৰ্তমান কাল হৈছে উদণ্ড যুৱকৰ বাবে।
মটৰ চাইকেলৰ তাণ্ডৱ আৰু দুৰ্ঘটনাই আতংকৰ সৃষ্টি কৰাৰ সময়তে প্ৰকাশ পাইছে আন এক খবৰ। বিজ্ঞানীৰ গৱেষণাৰ তথ্য অনুসৰি সচৰাচৰ মটৰ চাইকেল চলোৱা যুৱকৰ হ্ৰাস পায় প্ৰজনন শক্তি।