Home গুৱাহাটীপ্ৰেম, প্ৰত্যাখ্যান আৰু হত্যা! ধেমাজিৰ নন্দিতাৰ পৰা লাষ্টগেটৰ মৌচুমীলৈ…

প্ৰেম, প্ৰত্যাখ্যান আৰু হত্যা! ধেমাজিৰ নন্দিতাৰ পৰা লাষ্টগেটৰ মৌচুমীলৈ…

by News Desk
198 views
A+A-
Reset

বৃহস্পতিবাৰৰ পুৱা। খ্ৰীষ্টমাছৰ ছুটিৰ পিছত পুনৰ আৰম্ভ হৈছিল মানুহবোৰৰ কৰ্মব্যস্ততা। সময় তেতিয়া ১০.৫০ বাজিছিল। লাষ্টগেটৰ নাহৰণি পথৰ নিজৰ ভাড়াঘৰৰ সন্মুখত ৰৈ কাম কৰা স্বেচ্ছাসেৱী সংগঠনটোৰ কাৰ্যালয়লৈ যাবলৈ বুলি ৰেপিড’ এখন বুক কৰিছিল মৌচুমীয়ে। কিন্তু সেই বাটতেই তেওঁৰ বাবে ৰৈ আছিল মৃত্যুদূত!

বুক কৰা ৰেপিড’ বাইকখনত উঠিবলৈ লওঁতেই মৌচুমীক হত্যা কৰিলে তেওঁৰ প্ৰাক্তন প্ৰেমিকে। লাষ্টগেটৰ পূবেৰুণ পথত পূৰ্বৰে পৰাই খাপ পিতি ৰৈ থকা যুৱকজনে প্ৰথমে যুৱতীগৰাকীৰ ওচৰলৈ আহি তৰ্কত লিপ্ত হয়, আৰু ইয়াৰ পিছতে গাড়ীৰ পৰা চোকা অস্ত্ৰ উলিয়াই নৃশংসভাৱে আক্ৰমণ কৰি মুমূৰ্ষ অৱস্থাত পথৰ দাঁতিত যুৱতীগৰাকীক পেলাই থৈ পলায়ন কৰে ঘাতকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0