66
গুৱাহাটীঃ আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে আৰম্ভ কৰিলে ‘ভাৰত কী মন কী বাত, নৰেন্দ্ৰ মোদী কে চাথ’। ইয়াৰ বাবে সোমাবাৰে অসম লোকসভা আয়োগৰ কাৰ্যলয়ৰ সন্মুখত দলীয় প্ৰচাৰৰ বাবে পাঁচখন বাহন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
যোৱা ৩ ফেব্ৰুৱাৰীত দলটোৱে আনুষ্ঠানিকভাৱে এই প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল। আজি মুকলি কৰা এই বাহনৰ সহায়ত দলটোৱে গাৱেঁ গাৱেঁ নিৰ্বাচনী প্ৰচাৰ কৰিব।