86
ডিজিটেল ডেস্কঃ ধৰ্ষণ। এনে এটা শব্দ যাৰ বীভৎসতাই ভিতৰৰ পৰা কঁপাই তোলে। যিয়ে কোমল বয়সতে যৌন অত্যাচাৰ সহ্য কৰে, সেইসকলৰ মুখমণ্ডলত সমগ্ৰ জীৱনটোতে দেখা যায় শংকাৰেখা।
কিন্তু এনে কোনো মহিলাৰ কথা শুনিছেনে, যিয়ে জীৱনত ৩০০০ হাজাৰতকৈয়ো অধিকবাৰ ধৰ্ষিতা হৈছে। হয়, এনে এক মৰ্মান্তিক জীৱন কটাবলগীয়া হোৱা মহিলাও আছে যন্ত্ৰণাকাতৰ এই পৃথিৱীত।