59
ডিজিটেল ডেস্কঃ চেকনীৰ আগতহে বিদ্যা থাকে বুলি কোৱা কথাষাৰ এতিয়া অৰ্থহীন। শাৰীৰিক শাস্তিৰ এলান্ধুকলীয়া নীতিক শিক্ষা ব্যৱস্থাই কোন কাহানিবাই এৰি আহিছে যদিও শেহতীয়াকৈ এনে এক কাণ্ডই জোকাৰি গৈছে সচেতন মহলক।
কেৱল শাৰিৰীক শাস্তি দিয়াই নহয়, খঙত হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা শিক্ষয়িত্ৰী এগৰাকীয়ে ছাত্ৰক বিদ্যালয়ৰ মজিয়াত চোঁচৰাই লৈ যোৱা এক ঘটনাই শিঁহৰিত কৰি তুলিছে প্ৰত্যক্ষদৰ্শীক।