75
ডিজিটেল ডেস্কঃ ফেচবুক, হোৱাটচ আপ আদি বিভিন্ন ছ’চিয়েল মিডিয়াত কৌতুক, ৰগৰ আদি শ্বেয়াৰ কৰোতে সাৱধান৷ কিয়নো এনে পোষ্টৰ বাবে ৰঙাঘৰৰ ভাত খাব লগা হোৱাতো বাদেই, কেতিয়াবা আকৌ সপোনৰ বিশ্ববিদ্যালয় এখনৰ পৰাও বাহিৰ হ’বলগীয়াত পৰিব পাৰে আপুনি৷
এনেই ঘটনা ঘটিছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত আসন পোৱা দহ জন ছাত্ৰৰ ক্ষেত্ৰত৷ হাৰ্ভাডত নামভৰ্তি কৰিও দুৱাৰমুখৰপৰাই উলটিব লগা হ’ল উক্ত ছাত্ৰকেইজন৷