Home ৰাজনীতিনগাঁও-মঙলদৈত বৃহৎ ব্যৱধানত জয়লাভ কৰিব কংগ্ৰেছেঃ হৰিশ ৰাৱাত

নগাঁও-মঙলদৈত বৃহৎ ব্যৱধানত জয়লাভ কৰিব কংগ্ৰেছেঃ হৰিশ ৰাৱাত

by News Desk
A+A-
Reset
ha

গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যয়ৰ ভোটগ্ৰহণ চলি থকা সময়তে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাতে এক সংবাদ মেল সম্বোধন কৰি দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ অসমৰ পাঁচটা সমষ্টিতে কংগ্ৰেছ দলে বিজয় সাব্যস্ত কৰিব বুলি উল্লেখ কৰিছে।

নগাঁৱত প্ৰদ্যুত বৰদলৈ আৰু মঙলদৈত ভুবনেশ্বৰ কলিতাই বৃহৎ ব্যৱধানত জয়লাভ কৰিব বুলি তেওঁ দাবী কৰে। ইয়াৰ উপৰিও তেওঁ সংবাদ মেলত কয় ডিফু লোকসভাৰ সমষ্টিতো ৰাজনৈতিক পৰিৱেশ নাটকীয়ভাৱে পৰিৱৰ্তন হৈছে। ফলত ডিফু আসনখনো কংগ্ৰেছ দলে দখল কৰিব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0