Home ৰাজনীতিমোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ, TDPৰ সাংসদৰ হৈ-হাল্লাৰ বাবে সদন স্থগিত, পঢ়ক প্ৰতিটো খবৰ

মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ, TDPৰ সাংসদৰ হৈ-হাল্লাৰ বাবে সদন স্থগিত, পঢ়ক প্ৰতিটো খবৰ

by News Desk
78 views
A+A-
Reset

ডিজিটেল ডেস্কঃ সোমবাৰৰ পুৱাও সংসদৰ কাম কাজ আগবঢ়া নাই৷ ১৬ মাৰ্চত ৰাজ্যসভা আৰু লোকসভাত তীব্ৰ হৈ-হাল্লাৰ বাবে সোমবাৰলৈ সদন স্থগিত ৰাখিব লগা হৈছিল৷ মোডী চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱৰ আৱেদন কৰিছিল ৱাইএছআৰ কংগ্ৰেছে৷ টিডিপিয়ে অন্ধ্ৰ প্ৰদেশক বিশেষ মৰ্যদা প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে৷ 

যাৰ বাবে মোডী চৰকাৰ আৰু এনডিএৰ পৰা ওলাই আহে টিডিপি৷ ইমানে নহয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে লোক সভাত৷ ৫৩৬ সদস্যৰ লোকসভাত বিজেপিৰ হাতত আছে বৰ্তমান ২৭৪ সদস্য৷ আনহাতে ৫৬গৰাকী সাংসদ আছে সহযোগী দলৰ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0