তেজপুৰঃ তেজপুৰৰ দৰং মহাবিদ্যালয়ত থকা ভোট গণনা কেন্দ্ৰৰ প্ৰৱেশৰ সময়ত দুই সাংবাদিকক বাধা দি প্ৰহাৰ কৰে নিৰাপত্তাৰক্ষীয়ে। এয়াকে লৈ তেজপুৰৰ সাংবাদিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।