75
তেজপুৰঃ বৰ্তমান প্ৰাৰ্থীত্ব আৰু মিত্ৰতাক কেন্দ্ৰ কৰি চৌদিশে চলি থকা চৰ্চাৰ সময়তে মঙলবাৰে তেজপুৰ জিলা অসম গণ পৰিষদে বহুকেইটা গুৰুত্ব সিদ্ধান্ত গ্ৰহণ কৰে।
কালি তেজপুৰ জিলা অ গ পৰ কাৰ্য্যালয়ত অনুষ্ঠিত সভাত গ্ৰহণ কৰা প্ৰস্তাৱ জানিবলৈ দি অ গ প নেতা অঞ্জন গোস্বামীয়ে কয় যে তেজপুৰ জিলা সমিতিয়ে অ গ প বিজেপি মিত্ৰতা যাতে নহয় সেই সিদ্ধান্তত অটল আছে আৰু জিলা সমিতিৰ তৰফৰপৰা কেন্দ্ৰীয় সমিতিক জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷