newsnextone.com । তেজপুৰঃ শোনিতপুৰ জিলাৰ তেজপুৰৰ ঐতিহাসিক ঈদগাহত পৱিত্ৰ ঈদ-উজ জ্বোহাৰ নামাজ আদায় কৰা হয়।

পুৱা ৮.৩৯বজাত  ঈদ-উজ-জ্বোহাৰ নামাজত দহ হেজাৰতকৈ অধিক লোক উপস্থিত থাকি আল্লাৰ ওচৰত বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা কৰে। ঈদ-উজ-জ্বোহাৰ নামাজৰ ইমামতি কৰে মৌলানা জহিৰুল ইছলামে ৷

  জিলাৰ সদৰ  তেজপুৰৰ ইদগাহত মৌলানা আলফাচ  আলী কাছিমী জিলাখনৰ শতাধিক ঈদগাহত শান্তি পুৰ্ণ ভাবে নামাজ আদায় কৰি বিশ্বৰ শান্তি কামনা কৰে।