তেজপুৰঃ তেজপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী পল্লৱলোচন দাস তেজপুৰ উপায়ুক্ত কাৰ্য্যলয়ত সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব৷ 

এখন বিশাল জনসভাৰ আহ্বান কৰা হৈছে৷ উক্ত সভাখনত উপস্থিত থাকিব অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো বিধায়কসকলো উপস্থিত থাকিব।