76
তেজপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি সৈনিক হিচাবে যুঁজ কৰি যাব বুলি মন্তব্য কৰিছে তেজপুৰ লোকসভা সমষ্টিৰ এনপিপিৰ প্ৰাৰ্থী ৰাম বাহাদুৰ সোনাৰে।
বৰ্তমান সময়ত প্ৰাৰ্থীসকলক মাছ, গৰু আদিৰ লগত তুলনা কৰি একাংশই যি মন্তব্য কৰিছে, সেয়া দুৰ্ভাগ্যজনক। দলসমূহে নূন্যতম সৌজ্যনতাখিনিও দেখুৱালৈ চেষ্টা কৰা নাই বুলি তেওঁ মন্তব্য কৰে।