41
তেজপুৰঃ অসমৰ মুখ্যমন্ত্ৰী এগৰাকী ভাল অভিনেতা। নটসূৰ্য ফণী শৰ্মাকৈও ওপৰত! অভিনয়ৰ ক্ষেত্ৰত নটসূৰ্যও পিছ পৰিব। এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
বৃহস্পতিবাৰে তেজপুৰত এক সংবাদমেল যোগে তেওঁ লগতে কয় যে অন্য এজন হ’ল হিমন্ত বিশ্ব শৰ্মা। তেওঁৰৰ কথাটো বাদেই তেওঁ দেগাৰো মাৰিব জানে, পাভলুটি মাৰিবও জানে, জঁপিয়াব জানে। ”মোকো মাৰিবলৈ ছুৰী মাৰিছিল। অৱশ্যে মোক নোৱাৰিলে, মই বাচি আছোঁ। মই তেওঁক এদিন হ’লেও মাৰিমেই।’’