Home ৰাজনীতিতেজপুৰত মুঠ ১০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিল

তেজপুৰত মুঠ ১০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিল

by News Desk
A+A-
Reset
Untitled-TrueColor-01

তেজপুৰঃ মনোনয়ন-পত্ৰ জমা দিয়া আন্তিম দিনটোত আজি ৯ নং তেজপুৰ লোকসভা সমষ্টিৰ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ’ব খোজা সৰ্বমুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোৰ ৰিটাৰ্নিং বিষয়া নৰসিং পৱাৰৰ হাতত মনোনয়ন-পত্ৰ দাখিল কৰে।

যোৱা ২২ মাৰ্চ তাৰিখে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জীয়াবুৰ ৰহমানে দাখিল কৰা মনোনয়নসহ সৰ্বমুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে আজিৰ অন্তিম দিনটোত আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ’ব। আজি মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকল হ’লঃ মহেন্দ্ৰ ওৰাং (ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেল), মহেন্দ্ৰ ভূঞা (নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী), এমজিভিকে ভাণু (ভাৰতীয় জাতীয় কংগ্ৰেছ), ইকবাল আনচাৰী (নিৰ্দলীয়), ৰণবিজয় কুমাৰ ৰায় (বহুজন মুক্তি পাৰ্টী), বিজয় কুমাৰ তিৰু (অসম আদিবাসী ৰাষ্ট্ৰীয় পাৰ্টী), ৰাম বাহাদুৰ সোনাৰ (নেশ্বনেল পিপলছ পাৰ্টী), পল্লৱ লোচন দাস (ভাৰতীয় জনতা পাৰ্টী) আৰু কৃষ্ণহৰি পাল (সৰ্ব ভাৰতীয় হিন্দুষ্টান কংগ্ৰেছ পাৰ্টী)।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0