newsnextone.com। তেজপুৰঃ অসম চৰকাৰৰ পুৰাত্বত  আৰু সাংস্কৃতিক সঞ্চালকালয় উদ্যোগৰ পুৰাত্বত আৰু ঐতিহাসিক ক্ষেত্ৰ সমুহৰ উন্নয়ন আৰু বিকাশৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

ইয়াৰ অংশ হিচাপে আজি তেজপুৰ বিশ্ববিদ্যালয়ত এক আলোচনা চক্ৰ আনুষ্ঠিত কৰে। আলোচনা চক্ৰত মন্ত্ৰী  কেশৱ মহন্তই অংশ গ্ৰহণ কৰি পুৰাতত্ব উন্নয়ন আৰু বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেজপুৰক ঐতিহাসিক ক্ষেত্ৰলৈ উন্নয়নৰ কৰাৰ ওপৰত বিশেষ আলোচনা আগবঢ়াই ।