Home ৰাজনীতিশৰীৰত তুলসী পানী ছটিয়াই নিৰ্বাচনী প্ৰচাৰত নামিছে জেলৰ কয়দী

শৰীৰত তুলসী পানী ছটিয়াই নিৰ্বাচনী প্ৰচাৰত নামিছে জেলৰ কয়দী

by News Desk
A+A-
Reset
dy365_1446190898

তেজপুৰঃ ‘‘কংগ্ৰেছে নিৰ্বাচনলৈ ভয় খায়েই দলৰ সভাপতিক লৈ সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাইছে। তিহাঁৰ জেলত ভাত খাই এতিয়া ৰিপুন বৰাই শৰীৰত তুলসী পানী ছটিয়াই ৰাইজৰ কাষ চপাৰ চেষ্টা চলাইছে। ডিঙি ফুলাই ভাষণ দিলেও এসময়ৰ জেলৰ কয়দী ৰিপুন বৰাই চতিয়া সমষ্টি ৰাইজৰ মন জয় কৰিব নোৱাৰে’’ বুলি মন্তব্য কৰে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। 

বিধায়ক গৰাকীয়ে মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালৰ লগতে উত্তৰ মূঢ়াদল, পশ্চিম মূঢ়াদল, দক্ষিণ মূঢ়াদল, পূৱ মূঢ়াদল আৰু উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্য আৰু ৱাৰ্ডৰ সদস্যসকলক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0