76
তেজপুৰঃ তেজপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানুৱে শনিবাৰে কয় যে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে।
তেওঁৰ নামটোক লৈ হিমন্ত বিশ্বই কৰা ব্যংগ ‘কুইজ’, তেজপুৰৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰে ক’লপাৰ্কৰ হিচাপ দাখিল নকৰা আৰু তেজপুৰৰ পাহাৰৰ মাটিৰ লেন-দেনৰ অভিযোগ উত্থাপন কৰিছিল।