ডিজিটেল ডেক্স,তেজপুৰঃ শাৰদীয় দুগোৎসৱৰ শুক্ৰবাৰে বিজয়া দৰ্শমী । আজি পুৱা দূৰ্গাদেৱীৰ  শ্ৰীচৰণত বিজয়া দশমীৰ পুজা সম্পন্ন  হোৱাৰ পিছত মহিলা সকলে পৰস্পৰে  পৰস্পৰক  শিৰত সেন্দুৰ লগোৱা লগতে সাখা খাৰু টো সেন্দুৰ লগাই বছৰটোৰ কাৰণে  স্বামীৰ  লগতে পৰিয়ালৰ মঙ্গল কামনা কৰা হয় । তেজপুৰত বিজয় দশমী উপলক্ষে পুৱাৰে পৰা মহিলা সকলে বিজয়া দশমী উপলক্ষে সেন্দুৰ সানি সেৱা  প্ৰাৰ্থনা কৰা দেখা গল ।

তেজপুৰৰ পৰা অপূৰ্ব বৰা