নামঘৰত শৰাই-শলিতা দি ভোটাৰৰ ভৰিত ধৰি প্ৰাৰ্থীৰ ভোট ভিক্ষা

Home ৰাজনীতিনামঘৰত শৰাই-শলিতা দি ভোটাৰৰ ভৰিত ধৰি প্ৰাৰ্থীৰ ভোট ভিক্ষা

নামঘৰত শৰাই-শলিতা দি ভোটাৰৰ ভৰিত ধৰি প্ৰাৰ্থীৰ ভোট ভিক্ষা

by News Desk
80 views
A+A-
Reset

তেজপুৰঃ ৰাজ্যত বলিছে এতিয়া নিৰ্বাচনী বতাহ। সৰ্বত্ৰে চলিছে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ। পিছপৰি ৰোৱা নাই ৰঙাপৰা সমষ্টিও। কি বিজেপি, কি কংগ্ৰেছ কোনো পিছ পৰা নাই নিৰ্বাচনী প্ৰচাৰত। সকলোৱে ন-ন কৌশলৰে ভোট বিচৰাত ব্যস্ত। 

ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপৰা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰাজেশ পাণ্ডিয়াই বালিপৰাৰ প্ৰত্যেকখন ব্যৱসায় প্ৰতিষ্ঠানত জ্যেষ্ঠজনৰ ভৰি চুই সেৱা লৈ ঘূৰি ঘূৰি ভোট বিচাৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে। তেখেতৰ মতে যদিহে তেওঁক জিকাই তেনেহ’লে অসম নহয় সমগ্ৰ ভাৰতৰ ভিতৰতে বালিপৰা জিলা পৰিষদক শ্ৰেষ্ঠ জিলা পৰিষদ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0