Home বিশ্ব৫০৪ কেজি ওজনৰ ইমনৰ মৃত্যু

৫০৪ কেজি ওজনৰ ইমনৰ মৃত্যু

by News Desk
58 views
A+A-
Reset

ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ শকত মহিলা ইমান আহমেদ আৰু নাই৷ বিগত কেবাটাও বছৰে চিকিৎসা তথা মেদবহুলতাৰ বাবে চৰ্চাত থকা ইমান আহমেদ সোমবাৰে আৰৱৰ আবু ধাবিৰ বুৰ্জিল হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়৷ ইমনৰ মৃত্যুৰ পিছতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰে স্থান লাভ কৰে৷

বহুতে বিশ্বাস কৰাৰ দৰে সকলো মানুহেই ঈশ্বৰৰ দ্বাৰা প্রেৰিত। ঈশ্বৰৰ ইচ্ছামতেই পৃথিৱীৰ সকলো হয়। প্ৰাকৃতিক দুৰ্যোগ, জন্ম-মৃত্যু, বিবাহ, কাৰোবাৰ বৰণ ক’লা-বগা-শকত, তীক্ষ্ন মুঠতে সকলো ঈশ্বৰৰ পৰা নতুবা ভগৱানৰ পৰাই হয়৷ যাৰ বাবে এই পৃথিৱী বৈচিত্র্যময়৷ এই বৈচিত্ৰ্যময় পৃথিৱীত ইমন আহমেদে শকত হৈ চৰ্চালৈ আহে৷ মহাৰাষ্ট্ৰৰ মুম্বাইৰ চাইফি হাস্পতালত অস্ত্ৰোপচাৰ কৰি যথেষ্ট ওজন কমাবলৈ সক্ষম হৈছিল ইমন৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0