72
ডিজিটেল ডেস্কঃ শুকুৰবাৰৰপৰা ধৰি ১৫০ খনৰো অধিক দেশত ৱান্না ক্ৰাই ৰেনচামৱেৰ ভাইৰাছেৰে চাইবাৰ আক্ৰমণ চলোৱা হেকাৰে এইবাৰ লক্ষ্য কৰি লৈছে নেকি দৈনন্দিন জীৱনৰ অপৰিহাৰ্য এটিএম চিষ্টেম।
আগৰবাৰ কম্পিউটাৰক লক্ষ্য কৰি লোৱা চাইবাৰ আক্ৰমণত ডেৰশৰো অধিক দেশৰ হস্পিতাল, বেংক আদিৰ কম্পিউটাৰ চিষ্টেম হেক কৰি বিকল কৰি পেলোৱাৰ পিছতে এইবাৰ এটিএমক লক্ষ্য কৰি লোৱাৰ অনুমান কৰিছে চাইবাৰ ছিকিউৰিটি এজেন্সীবোৰে।