ত্রিপুৰাত এনআৰচি বিচাৰি উচ্ছতম ন্যায়ালয়ত ‘‘ত্ৰিপুৰা পিপুলছ ফ্ৰন্ট’’

Home ৰাজনীতিত্রিপুৰাত এনআৰচি বিচাৰি উচ্ছতম ন্যায়ালয়ত ‘‘ত্ৰিপুৰা পিপুলছ ফ্ৰন্ট’’

ত্রিপুৰাত এনআৰচি বিচাৰি উচ্ছতম ন্যায়ালয়ত ‘‘ত্ৰিপুৰা পিপুলছ ফ্ৰন্ট’’

by News Desk
117 views
A+A-
Reset

newsnextoneআগৰতলা,৯ অক্টোবৰঃ অসমৰ পিচত এইবাৰ ত্ৰিপুৰাতো এন আৰ চি(NRC)কাৰনে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে দাৱী উত্থাপন কৰা বুলি জানিব পৰা গৈছে৷ ত্ৰিপুৰাত এখন এন আৰ চি(NRC)তৈয়াৰ কৰাৰ বাবে ৰাজ্যখনৰ ‘‘ত্ৰিপুৰা পিপুলছ ফ্ৰন্ট’’নামৰ আদিবাসী সকলক প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দল এটাই ৰাজ্যজুৰি আন্দোলন কৰিব বুলি হুঙ্কাৰ দিছে৷‘‘ত্ৰিপুৰা পিপুলছ ফ্ৰন্ট’’নামৰ দলটোৱে ইতিমধ্যে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰাস্থ হৈছে৷

এই প্ৰসঙ্গত উচ্ছতম ন্যায়ালয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰী কৰা বুলিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0