ত্ৰিপুৰাঃ দেওবাৰে পুৱাৰে পৰা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা বিধান সভা নিৰ্বাচনৰ ভোট দান আৰম্ভ হৈছে৷

ভয় আৰু শংকা মুক্ত হৈ পুৰুষ-মহিলাই ভোট দিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে৷

ৰাজ্যৰ প্ৰশাসনে প্ৰতিটো ভোট কেন্দ্ৰত নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে৷ জনতাই দেওবাৰে নিৰ্ণয় কৰিব শাসনৰ গাদীত কোন বহিব৷ মাণিক বাবু নে গেৰুৱা বাহিনী৷