Home বিশ্বসমস্যা সমাধানৰ মানসিক সক্ষমতা নাই ট্ৰাম্পৰ, ইৰাণৰ সংসদীয় অধ্যক্ষৰ মন্তব্য

সমস্যা সমাধানৰ মানসিক সক্ষমতা নাই ট্ৰাম্পৰ, ইৰাণৰ সংসদীয় অধ্যক্ষৰ মন্তব্য

by News Desk
A+A-
Reset
7201713205523673211578

Newsnextone | ডিজিটেল ডেস্কঃ অ’বামাৰ প্ৰশাসনৰ সময়ত ২০১৫ চনত স্বাক্ষৰিত ইৰান-আমেৰিকা পাৰমাণৱিক চুক্তিখন বাতিল কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সিদ্ধান্তক কটু সমালোচনা কৰিছে ইৰাণৰ সংসদৰ অধ্যক্ষ আলী লাৰিজানিয়ে৷ ৰাজ্যিক টিভিত লাইভ হৈ থকা অৱস্থাত বুধবাৰে অধ্যক্ষগৰাকীয়ে সংসদত কয় যে সমস্যা সমাধানৰ ক্ষেত্ৰত ট্ৰাম্পৰ মানসিক সক্ষমতা নাই৷

ৰাষ্ট্ৰপতি পদৰ বাবে ট্ৰাম্পৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন তুলি অধ্যক্ষগৰাকীয়ে কয় যে পাৰমাণৱিক চুক্তিখন বাতিল কৰাৰ সিদ্ধান্তটো এখন কূটনৈতিক নাটকহে৷ কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণ চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি আৰু পণ ৰক্ষা কৰি চলিব বুলিও জনায় অধ্যক্ষগৰাকীয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0