45
newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ৮১ খন আসনত জয়ী হৈছে আনহাতে ২১ খন আসনত আগবাঢ়ি আছে৷
Hearty congratulations to @BJP4India for their stellar performance in Karnataka. #KarnatakaVerdict