24
May
2017

প্ৰতিকী ফটো, উত্সঃ ইণ্টাৰনেট
ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ জাকাৰ্টাৰ বিস্ফোৰণ। চহৰখনৰ পূৰ্বাঞ্চলত এই বিস্ফোৰণ। এটা বাছ আস্থানত ঘটা এই বিস্ফোৰণত দুজন লোক আহত হোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
পূৱ জাকাৰ্টাৰ আৰক্ষী প্ৰধান এণ্ড্ৰী উইৱ’য়ে মেট্ৰ’ টিভিক জনোৱামতে তিনিজন লোক এই বিস্ফোৰণত আহত। ৰয়টাৰত ৮ বাজি ৫০ মিনিটত এই বাতৰি প্ৰকাশ। আত্মঘাতী বোমা বিস্ফোৰণৰ অনুমান আৰক্ষীৰ।