58
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে৷ আমাৰ চৰকাৰৰ বিৰুদ্ধে কোনো লোকে আঙুলি তুলিলে তাৰ নখ কাটি পেলোৱা দৰকাৰ বুলি কয়৷ বিপ্লৱ কুমাৰ দেৱে কয় ‘‘যদি কোনোৱে আমাৰ চৰকাৰৰ বিৰুদ্ধে আঙুলি উঠাই নতুবা আচোৰ দিনিবলৈ চেষ্টা কৰে তেওঁলোকৰ নখ কাটি পেলোৱা উচিত৷’’
Higher studies can only be done on hill stations #SayItLikeBiplab