newsnextone.com ।।  চামগুৰিঃ  চামগুৰিৰ জীয়াজুৰিত দুগৰাকী যুৱতী সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে । মঙ্গলবাৰৰ পৰা সন্ধানহীন হৈ আছে উজ্বলতা ভূঞা আৰু মামনি মুণ্ডা নামৰ দুয়োগৰাকী যুৱতী।
জাতিগত প্ৰমাণ পত্ৰ নিবলৈ ঘৰৰ পৰা ওলাই গৈছিল বুলি যুৱতী দুগৰাকীৰ পৰিয়ালে জানিবলৈ দিছে। ইতিমধ্য়ে পৰিয়ালৰ লোকে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।