40
ওদালগুৰিঃ মঙলবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন৷ সোমবাৰে মনোনয়ণ পত্ৰ দাখিল কৰিব মংগলদৈ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীয়ে৷
ইউপিপিএলৰ দলটোৱে মংগললদৈ সমষ্টি দখল কৰাৰ দাবী কৰে ৰাজহুৱাভাৱে৷ আনহাতে এক লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হোৱাটো নিশ্চিত বুলি প্ৰদীপ দৈমাৰীয়ে ৰাইজক দাঠি দি কয়৷