আই এছ এলে ফুটবলক যেনেকৈ এক অনন্য মাত্ৰা প্ৰদান কৰিলে, তেনেদৰে সমৰকলা কাৰাটেকো এক ব্যতিক্ৰমী মাত্ৰা দিয়াৰ প্ৰয়াস গুৱাহাটীৰ আগ্ৰণী কাৰাটে ক্লাব 'ইউনাইটেড কাৰাটে গিল্ড'ৰ। সংগীত, পোহৰ আৰু সমৰকলাত্মক কৌশলৰ যথাৰ্থ সংমিশ্ৰণ।