আনন্দৰৰ মাজেৰে প্ৰতিযোগিতামূলক খেল...

 | by NNO WEB BUREAU  |  0
Printer-friendly version

আই এছ এলে ফুটবলক যেনেকৈ এক অনন্য মাত্ৰা প্ৰদান কৰিলে, তেনেদৰে সমৰকলা কাৰাটেকো এক ব্যতিক্ৰমী মাত্ৰা দিয়াৰ প্ৰয়াস গুৱাহাটীৰ আগ্ৰণী কাৰাটে ক্লাব 'ইউনাইটেড কাৰাটে গিল্ড'ৰ। সংগীত, পোহৰ আৰু সমৰকলাত্মক কৌশলৰ যথাৰ্থ সংমিশ্ৰণ।