92
ডিজিটেল ডেস্কঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিছিচিপিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত এজন আৰক্ষী বিষয়াকে ধৰি আঠজন লোক নিহত হৈছে।
দেওবাৰে লিনকলন কাউণ্টি নামৰ অঞ্চলৰ তিনিটাকৈ ঘৰত দুষ্কৃতিকাৰীয়ে প্ৰৱেশ কৰি গুলিবৰ্ষণ কৰে। এই গুলীবৰ্ষণ সন্দৰ্ভত এজন লোকক কৰায়ত্ত কৰিছে আৰক্ষীয়ে।