Home দেশ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন, ঘোষণা নিৰ্বাচন আয়োগৰ

৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন, ঘোষণা নিৰ্বাচন আয়োগৰ

by News Next One
A+A-
Reset

নতুন দিল্লীঃ ভাৰতৰ ১৭ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে দেশৰ নিৰ্বাচন আয়োগে। অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই নিৰ্বাচন। বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে পদত্যাগ কৰাৰ পিছতে এই নিৰ্বাচন অনুষ্ঠিত হ’ব।

উল্লেখ্য যে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিন অৰ্থাৎ ২১ জুলাইত স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰিছিল জগদীপ ধনখৰে। গৃহ মন্ত্ৰালয়ৰ পৰা অধিসূচনা লাভ কৰি নিৰ্বাচন আয়োগে নিৰ্বাচন প্ৰক্ৰিয়াৰ সম্পূৰ্ণ সময়সূচী প্ৰকাশ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0