49
ডিফু/বোকাজানঃ সলনি হ’ল কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ দ্বাদশ পৰিষদীয় নিৰ্বাচনৰ দিন। উল্লেখ্য যে আগন্তক কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ দ্বাদশ পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগে ১২ জুনৰ দিন ধাৰ্য কৰিছিল ৷
পৰৱৰ্তী সময়ত জিলা প্ৰশাসনেও যুদ্ধকালীন গতিৰে প্ৰস্ততি চলাই আছিল যদিও আজি ৰাজ্যিক নিৰ্বাচনী আয়োগে হঠাৎ সলনি কৰে নিৰ্বাচনৰ দিন।