68
ডিজিটেল ডেস্কঃ জনতাই অৰ্পণ কৰিছে গধুৰ দায়িত্ব। গতিকে মুঠেও সময় নাই অষ্ট্ৰেলিয়াৰ লাৰিছা ৱাটাৰ্ছ নামৰ সাংসদগৰাকীৰ। গ্ৰীন পাৰ্টীক প্ৰতিনিধিত্ব কৰা নেত্ৰীগৰাকী স্বাভাৱিকতে খুবেই ব্যস্ত।
পিছে ৰাজনীতিত অতিশয় ব্যস্ত হলেও সন্তানৰ প্ৰতি থকা দায়িত্বক আওকাণ কৰিব নোৱাৰে কোনো মাতৃয়ে। ইয়াৰ ব্যতিক্ৰম নহয় লাৰিছা। কন্যাসন্তানৰ মাতৃ লাৰিছাৰ জনতাৰ দৰে জীয়ৰীৰ প্ৰতিও আছে দায়বদ্ধতা।