57
newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কাৰ্য যিমানেই আগবাঢ়িছে সিমানে বৃদ্ধি হৈছে তৃণমূলৰ জয় জয়কাৰ৷ ৰাজ্যখনৰ প্ৰায় সকলোবোৰ জিলাতে শাসকীয় তৃণমূলে বিজয় সাব্যস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷
ৰাজ্যখনত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজতো সম্পন্ন হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত বিজপি-কংগ্ৰেছক পিছ পেলাই আকৌ এবাৰ মমতা বেনাৰ্জীৰ তৃণমূলে পঞ্চায়ত আৰু জিলা আসন সমূহ দখল কৰিবলৈ আগবাঢ়িছে৷