77
ডিজিটেল ডেস্কঃ সুন্দৰী যুৱতীয়ে হাতত বন্দুকলৈ নিৰ্বিচাৰ গুলীচালনা কৰে আমেৰিকাৰ চেন বাৰ্ণোৰ YouTubeৰ মুখ্য কাৰ্যালয়ত৷ নিৰ্বিচাৰ গুলীচালনা কৰাৰ অন্তত নিজৰ মূৰত গুলীচলাই আত্মহত্যা কৰে যুৱতীয়ে৷