গুৱাহাটীঃ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ আজি ৪৬ সংখ্যক জন্মদিন। শব্দৰ মায়াজালেৰে শিশুৰপৰা বৃদ্ধলৈকে মুহিব পৰা জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত।
...
জয়ন্ত মুদৈ, নগাঁওঃ অহা ২৮ জুলাইৰপৰা ৩১ জুলাইলৈ ভাৰতৰ অন্যতম পৰ্যটন নগৰী গোৱাৰ মদগাঁৱত অনুষ্ঠিত হ’বলগীয়া সৰ্বভাৰতীয় পৰ্যায়ৰ...
ছাদিকুজ জামান, মোৰাঝাৰঃ প্ৰতিবন্ধকতাই সাফল্যতাৰ হেঙাৰ হ’ব নোৱাৰে৷ সেই কথা প্ৰমান কৰি দেখুৱালে হোজাই জিলাৰ মোৰাঝাৰৰ এগৰাকী...
জিতুমণী দাস, আজাৰাঃ অভিনয় ভাল পোৱা এজাক কিশোৰ-কিশোৰী, একো একোজন সৃষ্টিশীল মনৰ অধিকাৰী হৈ অভিনয়ৰ যোগেদি জীৱনক আগবঢ়াই নিয়াৰ...
নতুন দিল্লীঃ বহু দিনৰপৰা চৰ্চাত থকা ‘‘মিছন মংগল’’ নামৰ ছবিখন চলিত বৰ্ষৰ অহা ১৫ আগষ্টত মুক্তি পাব৷ স্বাধীনতা দিৱসৰ দিনটোত এই...
নতুন দিল্লীঃ বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ আজি অৰ্থাৎ শনিবাৰে জন্মদিন। জন্মদিনৰ দিনাই ৰণবীৰ সিঙে টুইটাৰত আপলোড কৰিলে...
গুৱাহাটীঃ শুকুৰাবৰে গুৱাহাটীৰ ‘ভিভাণ্টা বাই তাজ’ত (Vivanta by Taj) নৰ্থ ইষ্ট ডিভাৰ এক সংবাদ মেল আয়োজন কৰা হয়৷
উক্ত...
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ বিশিষ্ট অভিনেতা তথা বৰলা কাই ধাৰাবাহিক চিৰিয়েলখনৰ চিত্ৰ নাট্য ৰচক বিপুল বশিষ্ঠ গোস্বামীৰ...
নতুন দিল্লীঃ বিশ্বৰ ৫৯ দেশৰ মুঠ ৮৪২ জন বিশিষ্ট শিল্পীৰ ভিতৰত অস্কাৰ একাডেমীৰ সদস্য পদ লাভ কৰিছে অভিনেতা অনুপম খেৰ, বিশিষ্ট চলচিত্ৰ পৰিচালক জয়া...
হেমন্ত কলিতা, নলবাৰীঃ নাট্য কলাৰ এই সুদুৰ প্ৰসাৰী ভূমিকাক নৱ প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে নলবাৰী জিলাৰ বাঁহজানীৰ বগলচৰোড চ'কত...
গুৱাহাটীঃ ৰাজ্যৰ ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ অপদস্ত অভিনেত্ৰী। ২০১৯-২০ নাট্যবর্ষৰ বাবে আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যগোষ্টী...
মুম্বাইঃ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ চৰ্চিত ছবি ভাৰত ইতিমধ্যে মুকলি হয়৷ ছবিখনে যোৱা ৫ জুনত মুক্তি লাভ কৰে৷
সাতদিনত...
গুৱাহাটীঃ সমগ্ৰ বিশ্বৰ লগতে আজি অসমতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱসৰ বিভিন্ন কাৰ্যসূচী। গুৱাহাটীৰ মহানগৰীতো অসম চৰকাৰৰ সমাজ...
নগাঁওঃ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে নগাঁৱৰ 'স্নিগ্ধ মলয়া' নামৰ সামাজিক সংগঠনটোৰ...
নতুন দিল্লীঃ বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ আহিবলগীয়া এখন চৰ্চিত ছবি হৈছে '৮৩'। কবীৰ খানৰ নিৰ্দেশনাত '৮৩' চিনেমাখনত প্ৰাক্তন...
গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে শুকুৰবাৰে পুনৰ ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ ফলাফল। কিন্তু কোনে, ক’ত ঘোষণা কৰিলে সপ্তদশ...
নতুন দিল্লীঃ বলিউডৰ ৰোমান্টিক কিঙ শ্বাহৰুখ খানে উপলব্ধি তথা কষ্টৰ ফলত পুনৰ লাভ কৰিলে ডক্টৰেট উপাধি৷ অশেষ কষ্টৰ ফলত উচ্চ পৰ্যায়ত...
নগাঁওঃ "নৰ্থ-ইষ্ট চুপাৰষ্টাৰ" শীৰ্ষক মডেলিং কনটেষ্টত উজলিল এগৰাকী নগঞা তনয়া। নগাঁৱৰ দীক্ষিতা শইকীয়া নামৰ ষোড়শী যুৱতী গৰাকীয়ে...
তেজপুৰঃ আগন্তক লোকসভা নিৰ্বাচন ২০১৯ৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ জিলা নিৰ্বাচনী আয়োগৰ উদ্যোগত ৰাইজক সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন...
গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে সাংস্কৃতিক মহাসভা, অসমৰ চতুৰ্থ সংখ্যক ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়...
তেজপুৰঃ ভাগ্যদেৱী থিয়েটাৰৰ মঞ্চত ২০১৮-১৯ বৰ্ষত চানক্য নাটকৰ মুখ্য চৰিত্ৰৰ জৰিয়তে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা সুৰেন...