272
জাজৰিঃ নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৩ ডিচেম্বৰৰপৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় গণিত দিৱসৰ সামৰণি পৰে।
সোমবাৰৰ দিনটোৰ মূল কাৰ্যসূচী কেন্দ্ৰীয় সভাত অংশগ্ৰহণ কৰি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা পৰিষদৰ মুখ্য বিজ্ঞানী ড° আৰ কে বৰ্মনে গণিতজ্ঞ ৰামানুজ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।