Home ৰাজ্যনগাঁৱত প্ৰতিবেশী যুৱ সংসদ অনুষ্ঠান সম্পন্ন

নগাঁৱত প্ৰতিবেশী যুৱ সংসদ অনুষ্ঠান সম্পন্ন

by News Desk
A+A-
Reset
jayanta

নগাঁওঃ ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আৰু অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান কলংভেলী বহুমুখী উন্নয়ন সমিতিৰ সহযোগত স্থানীয় মৰিকলং উচ্চ মাধ্যমিক বিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে উন্নয়ন খণ্ড ভিত্তিক “প্ৰতিবেশী যুৱ সংসদ” শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। 

শিক্ষানুষ্ঠানখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক পদ্মকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত নগাঁও শিশু শ্ৰমিক কল্যান পৰিষদৰ প্ৰকল্প বিষয়া ৰনদ্বীপ নন্দী আৰু বিশিষ্ট সাংবাদিক কনক হাজৰিকা সমল ব্যক্তি হিচাপে উপস্থিত থাকি যুৱক-যুৱতী সকলৰ ব্যক্তিত্ব গঢ়াৰ ওপৰত বক্তব্য আগবঢ়ায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0