44
দিল্লীঃ আবু ধাবিত আজি অনুষ্ঠিত হ’য় অৰ্গেনাইজেশ্যন অৱ ইছলামিম কো-অপাৰেচনৰ বৈঠক৷ এই বৈঠকত উপস্থিত নাই পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাজ মহম্মদ কুৰেশ্বী ।
বিশ্বৰ ৫৭ খন দেশৰে গঠিত এই মঞ্চই আয়োজন কৰা এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা নাছিল পাকিস্তানক। ইফালে, অৰ্গেনাইজেশ্যন অৱ ইছলামিম কো-অপাৰেচনৰ প্ৰতিষ্ঠাপক সদস্য আছিল পাকিস্তান।