59
তেজপুৰঃ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভুমি শোণিতপুৰৰ চাৰিদুৱাৰত অনুষ্ঠিত হয় নিচি জনগোষ্ঠীটোৰ পৰম্পৰাগত ন্যাকুম উৎসৱ।
অতিজৰে পৰা চাৰিদুৱাৰ অঞ্চলত বসবাস কৰি অহা “নিচি” জনগোষ্ঠীটোৰ পৰম্পৰাগত ন্যাকুম উৎসৱ প্ৰত্যেক বছৰৰ দৰে এইবেলিও চাৰিদিনীয়া কাৰ্য্যসূচীৰে উলহ মালহৰে উদযাপন কৰা হয়। ন্যাকুম পূজাত নিচি সকলে দেৱতা “ডনিপল” অৰ্থাৎ সূৰ্য্য দেৱতাক আৰাধনা কৰে৷