72
*কাজিৰঙাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
*চলাচল ব্যাহত শ-শ যানবাহনৰ
কাজিৰঙাঃ বিকশিত অসমত অন্ধকাৰত নিশা পাৰ কৰিছে কাজিৰঙাৰ চাহ শ্ৰমিকে৷ এইবাৰ কাজিৰঙাত বিদ্যুৎ সংযোগ নোপোৱাৰ বাবেই ৰাজপথ অৱৰোধ শতাধিক চাহ শ্ৰমিকৰ।