Home ৰাজ্যনলবাৰীৰ লগতে দলগাঁৱতো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্‌যাপন

নলবাৰীৰ লগতে দলগাঁৱতো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্‌যাপন

by News Desk
93 views
A+A-
Reset

নলবাৰীঃ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি আজি  নলবাৰী জিলাৰ অন্তৰ্গত বালিতাৰা  দিব্য বন্তি হাইস্কুলত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ “গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০১৯”ৰ নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ  ২৯ জন ছাত্ৰ- ছাত্ৰীৰ সহযোগত  বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বিদ্যালয়ৰ নগেন্দ্ৰ নাথ তালুকদাৰ সোঁৱৰণী সভাঘৰত আজি ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ উপলক্ষে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত বক্তব্য ৰাখে হাইস্কুলখনৰ প্ৰধান শিক্ষক প্ৰমোদ চন্দ্ৰ বৰ্মন আৰু  সহকাৰী বিজ্ঞান শিক্ষক ৰমেন কলিতাই। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ,ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কৃত কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0