69
ওদালগুৰিঃ বিটিএডিৰ চাৰি খন জিলাত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷ কইবাগৰাকী এনডিএফবিৰ কেডাৰত জালত পেলোৱাৰ সময়তে ওদালগুৰি জিলাৰ হৰিশিঙাত অস্ত্ৰ সৈতে এগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়৷
ওদালগুৰি-হৰিশিঙা আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত ৬ জাই সজীৱ গুলীসহ আৰক্ষীৰ জালত পৰে প্ৰাণেশ্বৰ ৰাভা নামৰ লোকজন।