60
newsnextone.com | ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীয়ে পুনৰ চিআৰপিএফক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰিছে জম্মু-কাশ্মীৰত৷
দেওবাৰে সন্ধিয়া দক্ষিণ কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে চিআৰপিএফক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰে৷