74
মুছলপুৰঃ বিটিএডিৰ চাৰিখন জিলাত উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ অভিযান অব্যাহত আছে৷
ম্যানমাৰৰ ১৭ জনীয়া এনডিএফবিৰ (স) দলে অসমত প্ৰবেশ কৰাৰ তথ্য লাভ কৰাৰ পিছৰে পৰা সস্তম হৈ পৰিছে সেনা-আৰক্ষী৷ সেনাই তীব্ৰ অভিযান চলাই ম্যানমাৰৰ পৰা অসমত প্ৰবেশ কৰা ১৭ জনীয়া এনডিএউবিৰ দলটোৰ এগৰাকী সদস্যক গোৰেশ্বৰত আটক কৰাৰ পিছৰে পৰা সেনা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷