Home দেশমোডী ২.০ৰ ১০০ দিনীয়া কৰ্মসূচীত নতুন শিক্ষা নীতি, দপ্তৰ-বিভাগৰ প্ৰয়োজনীয় খালী পদ পূৰণৰ লক্ষ্য

মোডী ২.০ৰ ১০০ দিনীয়া কৰ্মসূচীত নতুন শিক্ষা নীতি, দপ্তৰ-বিভাগৰ প্ৰয়োজনীয় খালী পদ পূৰণৰ লক্ষ্য

by News Desk
A+A-
Reset
Modi-cabinet

নতুন দিল্লীঃ নতুন উদ্যমেৰে তথা নতুন প্ৰয়াসেৰে কাম কৰিবলৈ আগবাঢ়িছে নৱগঠিত মোডী চৰকাৰে৷ পুনৰ দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী পদত অধিস্থিত হোৱা নৰেন্দ্ৰ মোডীয়ে শপত গ্ৰহণ কৰাৰ লগে লগে ১০০ দিনৰ বাবে একচন প্লেনৰ তালিকা তৈয়াৰ কৰিছে৷ 

উল্লেখ্য যে, শুকুৰবাৰে কেবিনেটৰ প্ৰথমখন বৈঠকত ১০০ দিনৰ একচন প্লেনৰ বিষয়ে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি জানিব পৰা গৈছে৷ নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে এই সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়াই কয় যে ২০১৪ চনৰ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশানুযায়ী আৰ্থিক কৰ্মসূচী তৈয়াৰ কৰা হৈছিল৷ এই তালিকাৰ মতে নিটি আয়োগে কাম কৰি গৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0