Home ৰাজ্য১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ ইংৰাজী অভিধান বিতৰন

১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ ইংৰাজী অভিধান বিতৰন

by News Desk
A+A-
Reset
b0177893-dc3b-4d3c-b5cd-187bfc83e0c0

নলবাৰীঃ দাৰিদ্ৰতাই জীৱনৰ সীমা নহয়। মানুহৰ জীৱনত আশা থাকিব লাগে। আশাই মানুহক জীয়াই ৰাখে আৰু আশাই জীৱনৰ গতিপথ আগবঢ়াই নিয়ে। এই মন্তব্য ডাঃ বসন্ত কুমাৰ বৈশ্যৰ। 

প্ৰয়াত ধনেশ্বৰী বৈশ্যৰ সোঁৱৰণত নলবাৰী জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান “অভিজ্ঞানম” ৰাজহুৱা ন্যাসৰ সহযোগত আৰু ডাঃ বসন্ত কুমাৰ বৈশ্যৰ উদ্যোগত দেওবাৰে হেম বৰুৱা বিদ্যাপীঠ প্ৰাঙ্গনত দশম শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ ইংৰাজী অভিধান বিতৰণ অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ু-শল্য বিভাগৰ মুৰব্বী অধ্যাপক তথা অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ মুখ্য ন্যাসৰক্ষী ডাঃ বসন্ত কুমাৰ বৈশ্যই উপস্থিত থাকি ভাষণত ছাত্ৰ-ছাত্ৰী সকলক মনত আশালৈ অধ্যায়ন, অধ্যাৱসায় আৰু আন্তৰিক চেষ্টাৰে স্ব-প্ৰতিভা বিকশিত কৰি নিজক এগৰাকী সু-নাগৰিক হিচাবে গঢ়ি তুলিবলৈ আহ্বান জনায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0